Type Here to Get Search Results !

‘অ’ মোৰ জুবিন 'O' Mur Jubeen

 


এটা তৰা আজি আকাশৰ পৰা সৰি পৰিল,

সংগীতৰ সুৰ আমাৰ পৰা আঁতৰি গ'ল।

জুবিন গাৰ্গ আপোনাৰ মাতত যাদু আছিল,

প্ৰতিটো হৃদয়ক স্পৰ্শ কৰাৰ প্ৰতি শ্ৰুতি আছিল।।


আপোনাৰ সুৰত অৰুণাচলৰ অনুভুূতি আছিল,

অসমৰ মাটিৰ সুবাস আৰু বিশ্বাস আছিল।

আপুনি প্ৰতিটো ভাষাকে মৰমেৰে আকোৱালি ল'লে ,

প্ৰতিটো গীততে এটা নতুন ৰং দিলে ।।


আজি আপোনাৰ স্মৃতিৰ ধাৰা বৈছে ,

আপোনাৰ গীতৰ প্ৰতি ধ্বনি সকলোতে বিয়পিছে ।

আপোনাৰ অবিহনে হৃদয় দখুী হৈছে ,

কিন্তু  আপুনি আপোনাৰ মাতত জীয়াই আছে ।।



আপোনাক শত শত নমস্কাৰ,

আপোনাৰ সংগীত অমৰ হৈ থাকিব।


- সন্তোষ চৌহান

Post a Comment

0 Comments